বৰ্তমান সময়ত আমি সঘনাই শুনি থকা এটা নাম Wi-Fi.
তোমালোকে কেতিয়াবা ভাবি চাইচানে Wi-Fi ৰ সম্পূৰ্ণ অৰ্থ কি?
Wi-Fi হ'ল দুটা ইংৰাজী শব্দ Wireless Fidelity ৰ সংক্ষেপ। Wi-Fi মানে হ'ল তাঁৰবিহীনভাৱে সংযোক স্থাপন কৰা। Wi-Fi কম্পিউটাৰ-ইন্টাৰনেটত ব্য়ৱহৃত এক পদ্ধতি।
Wi-Fi ৰ জৰিয়তে আমি কোনো তাঁৰ নোহোৱাকৈ এটা কম্পিউটাৰৰ পৰা আন এটা কম্পিউটাৰলৈ তথ্য় সহজে সৰবৰাহ কৰিব পাৰো।
Post a Comment