অসমীয়া ভাষাৰ বৰ্ণমালা - স্বৰবৰ্ণ আৰু ব্যঞ্জনবৰ্ণ

অসমীয়া ভাষাৰ বৰ্ণমালা

কোনো এটা ভাষা লিখা চিনক বৰ্ণ বা আখৰ বোলা হয়। অসমীয়া ভাষাত মুঠ ৫২ টা বৰ্ণ বা আখৰ আছে। ইয়াৰ ভাগ দুটা - (ক) স্বৰবৰ্ণ আৰু (খ) ব্যঞ্জনবৰ্ণ। এই বৰ্ণ বা আখৰসমূহক একেলগে বৰ্ণমালা বোলা হয়। 

স্বৰবৰ্ণ
যিবোৰ বৰ্ণ আন বৰ্ণৰ সহায় নোলোৱাকৈ উচ্চাৰিত হয় তাকে স্বৰবৰ্ণ বোলা হয়। অসমীয়া ভাষাত মুঠ ১১ টা স্বৰবৰ্ণ আছে। 
assamese-language-alphabet
ব্যঞ্জনবৰ্ণ

যিবোৰ বৰ্ণ স্বৰবৰ্ণৰ সহায় নোলোৱাকৈ নিজে নিজে উচ্চাৰিত নহয়, সেইবোৰ বৰ্ণক ব্যঞ্জনবৰ্ণ বোলা হয়। অসমীয়া ভাষাত মুঠ ৪১ টা ব্যঞ্জনবৰ্ণ আছে। 

assamese-language-alphabet

0/Post a Comment/Comments