Best Reference Books For HS Science For Assamese Medium
আজিৰ এই ব্লক পষ্টত আমি Share কৰিম Best Reference Books For HS Science অসমীয়া Medium ৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে।
এই পষ্টটোত আমি কেৱল বিজ্ঞান শাখাৰ মুখ্য চাৰিটা বিষয়বোৰৰ বিষয়েহে আলোচনা কৰিম। যেনে - গণিত, ৰসায়ন বিজ্ঞান, পদাৰ্থ বিজ্ঞান আৰু জীৱ বিজ্ঞান।
বিষয় | কিতাপৰ নাম | লেখক লেখিকাৰ নাম |
গণিত | RD Sharma | Dr. R.D. Sharma |
ৰসায়ন বিজ্ঞান | উচ্চ মাধ্যমিক ৰসায়ন |
|
ৰসায়ন বিজ্ঞান | প্ৰাথমিক ৰসায়ন বিজ্ঞান |
|
পদাৰ্থ বিজ্ঞান | প্ৰাথমিক পদাৰ্থ বিজ্ঞান | ড⁰ অমূল্য চৌধুৰী |
জীৱ বিজ্ঞান | উচ্চতৰ মাধ্যমিক প্ৰাথমিক জীৱবিদ্যা |
|
Post a Comment