General Knowledge Quiz | GK Quiz in Assamese
অসমীয়াত সাধাৰন জ্ঞান (GK)ৰ কুইজ। আজিৰ এই পষ্টটোত তোমালোকে কিছু বিশ্ব আৰু ভাৰতৰ সাধাৰন জ্ঞান কুইজ আৰ্হিত। এইটো GK Quiz ৰ প্ৰথম ভাগ। প্ৰতিটো ভাগত ২০ টাকৈ প্ৰশ্ন-উত্তৰ সন্নিবিষ্ট কৰা হৈছে।
GK Quiz (Part 1)
| Q. | পদাৰ্থবিজ্ঞানত প্ৰথম ন'বেল বটা পোৱা মহিলা কোন? |
| A. | মেডাম কুৰি, ১৯৭৯ চনত। |
| Q. | বিশ্বৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন? |
| A. | শ্ৰীলংকাৰ শ্ৰীমাভো বন্দৰ নায়িক। |
| Q. | ভাৰতৰ প্ৰথমগৰাকী মহিলা প্ৰধানমন্ত্ৰী কোন? |
| A. | ইন্দিৰা গান্ধী |
| Q. | ভাৰতৰ প্ৰথমগৰাকী মহিলা চিকিৎসক কোন? |
| A. | কাদম্বিনী গংগোপাধ্যায়। |
| Q. | ইটালীৰ মুদ্ৰাৰ নাম কি? |
| A. | লিৰা। |
| Q. | বিশ্বৰ বৃহত্তম নদী-দ্বীপ কোনটো? |
| A. | মাজুলী, অসম (ভাৰত)। |
| Q. | হাইদ পাৰ্ক ক'ত আছে? |
| A. | ইংলেণ্ডত। |
| Q. | ভাৰতীয় সংবিধানত কিমানটা ধাৰা আছে? |
| A. | ৩৯৫ টা। |
| Q. | প্ৰথম ভাৰতীয় আই চি এছ বিষয়া কোন আছিল? |
| A. | সত্যেন্দ্ৰ নাথ বসু। |
| Q. | ভাৰতত কেতিয়া ডাক ব্যৱস্থাৰ প্ৰচলন হয়? |
| A. | ১৮৫৪ চনৰ পৰা। |
| Q. | এছিয়া মহাদেশৰ দীৰ্ঘতম নদী কোনটো? |
| A. | ইয়াংচিকিয়াং। |
| Q. | ভাৰতীয় ৰেলৱে কেইটা বিভাজনত বিভক্ত? |
| A. | নটা। |
| Q. | ৰাট্ৰসংঘৰ সদৰ অফিচ ক'ত অৱস্থিত? |
| A. | নিউইয়ৰ্কত। |
| Q. | মেঘালয় ৰাজ্য কেতিয়া গঠন হয়? |
| A. | ১৯৭০ চনত। |
| Q. | ভাৰতত স্থাপন কৰা প্ৰথম তেল শোধনাগাৰ কোনটো? |
| A. | ১৯০১ চনত ইণ্ডিয়ান অইল কৰপ'ৰেচনে স্থাপন কৰা ডিগবৈ তেল শোধনাগাৰ। |
| Q. | ভাৰতৰ ভিতৰত আটাইতকৈ ডাঙৰ গুহা মন্দিৰ কোনটো? |
| A. | মহাৰাট্ৰৰ ইলোৰা। |
| Q. | বিশ্বৰ আটাইতকৈ দীঘল নদী কোনটো? |
| A. | নীল নদী। |
| Q. | হেজাৰ হ্ৰদৰ দেশ কোনটো? |
| A. | ফিনলেণ্ড। |
| Q. | মাউন্ট চিনাই কোন দেশত অৱস্থিত? |
| A. | ইজিপ্ত। |
| Q. | বিশ্বৰ আটাইতকৈ ডাঙৰ দ্বীপপুঞ্জ কোনটো? |
| A. | ১৩০০ টা দ্বিপেৰে গঠিত ইন্দোনেচিয়া। |

Post a Comment