Full-Form of ECG is Electro-Cardiogram. ই চি জি (ECG) হ'ল ইলেকট্ৰ-কাৰ্দিয়গ্ৰাম। ই চি জি বৈদুত্য়িক শক্তিৰ সহায়ত এক ধৰণৰ যাত্ৰিক কৌশলেৰে হৃদপিণ্ডৰ ৰেখচিত্ৰ অংকিত কৰা হয়। এই হৃদপিণ্ডৰ ৰেখচিত্ৰৰ ধৰণ দেখি হৃদ চিকিৎসক এজনে ৰোগিজনৰ হৃদপিণ্ডৰ কাৰ্যকাৰিতাৰ ত্ৰূতি-বিচ্য়ুতি অতি সহজে ধৰা পেলাব পাৰি।
What is ECG | ECG Full Form | ECG কি?
byPranjyoti Patgiri
0
Post a Comment